ৰৌমাৰী ঈদগাহ ময়দানত ধৰ্মীয় মৰ্যাদাৰে সম্পন্ন হ’ল পবিত্ৰ ঈদ-উল-ফিতৰৰ সমূহীয়া নামাজ
ৰৌমাৰী, ২১ মাৰ্চ:
সমগ্ৰ বিশ্বৰ লগতে আজি ৰৌমাৰী অঞ্চলটো পবিত্ৰ ঈদ-উল-ফিতৰৰ আনন্দত মুখৰিত হৈ পৰিছে। এমাহজোৰা পৱিত্ৰ ৰমজানৰ ৰোজা পালনৰ অন্তত আজি পুৱা ৰৌমাৰীৰ ঈদগাহ ময়দানত ইছলামধৰ্মী লোকসকলে একত্ৰিত হৈ ঈদৰ সমূহীয়া নামাজ আদায় কৰে।

মন্তব্যসমূহ
একটি মন্তব্য পোস্ট করুন